প্ৰাক্তন মন্ত্ৰী কমলা কলিতাই ভোটদানৰ অন্তত ভোটাৰ ৰাইজৰ উচাহ দেখি প্ৰকাশ কৰিলে আনন্দ, VIDEO

প্ৰাক্তন মন্ত্ৰী কমলা কলিতাই ভোটদানৰ অন্তত ভোটাৰ ৰাইজৰ উচাহ দেখি প্ৰকাশ কৰিলে আনন্দ, VIDEO

author-image
asomiyapratidin
New Update
প্ৰাক্তন মন্ত্ৰী কমলা কলিতাই ভোটদানৰ অন্তত ভোটাৰ ৰাইজৰ উচাহ দেখি প্ৰকাশ কৰিলে আনন্দ, VIDEO

  • ৪৫ নং ছয়গাঁও বিধানসভা সমষ্টিত বৰ্তমানলৈ সুকলমে চলি আছে ভোটগ্ৰহণ।
  • ছয়গাঁও ৰাজহ চক্ৰ এলেকাত এতিয়ালৈকে ১১বজালৈকে প্ৰায় ২৫ৰো অধেক শতাংশ ভোটদান।
  • ২০২ নং ভোট কেন্দ্ৰত ভোটদান কৰিলে প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতায়ো।
  • ইফালে ভোট দিয়ে নিশ্চিত জয় হ'ব বুলি মন্তব্য কৰিলে মন্ত্ৰীজনে।