New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident
কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুখন ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষ।
গুৰুতৰভাৱে আহত দুয়োখন ট্রাকৰ চালক।
নিয়ন্ত্রণ হেৰুৱাই দুৰ্ঘটনাত পতিত ট্রাক দুখন।
আহত চালক দুজনক TMCHলৈ প্রেৰণ।