কলিয়াবৰত আটক ৩ চোৰাং চিকাৰী

কলিয়াবৰত অস্ত্রসহ আটক ৩ সন্দেহযুক্ত চোৰাং চিকাৰী।
কলিয়াবৰত আটক ৩ চোৰাং চিকাৰী
  • কলিয়াবৰত অস্ত্রসহ আটক ৩ সন্দেহযুক্ত চোৰাং চিকাৰী।

  • শাকমুঠিয়া চাহ বাগিচাৰ ২০নং লাইনৰ পৰা আটক চোৰাং চিকাৰী কেইটাক।

  • আটক পৱন দাস, কেডাৰ দাস, লক্ষীন্দৰ মণ্ডল।

  • আৰক্ষীয়ে আটক কৰে অস্ত্রৰ যোগান ধৰা মোহন তাঁতী নামৰ লোকজনকো।

  • মঙলবাৰে আটক হৈছে আটাইকেইজন।

  • জব্দ এটা হস্ত নিৰ্মিত বন্দুক, সক্রিয় গুলী, খুকুৰী, দা, কুঠাৰ আদি।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in