New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/73eb1bf1-a482-42c9-87ed-46daec0415dc/download.jpg)
কলিয়াবৰত অস্ত্রসহ আটক ৩ সন্দেহযুক্ত চোৰাং চিকাৰী।
শাকমুঠিয়া চাহ বাগিচাৰ ২০নং লাইনৰ পৰা আটক চোৰাং চিকাৰী কেইটাক।
আটক পৱন দাস, কেডাৰ দাস, লক্ষীন্দৰ মণ্ডল।
আৰক্ষীয়ে আটক কৰে অস্ত্রৰ যোগান ধৰা মোহন তাঁতী নামৰ লোকজনকো।
মঙলবাৰে আটক হৈছে আটাইকেইজন।
জব্দ এটা হস্ত নিৰ্মিত বন্দুক, সক্রিয় গুলী, খুকুৰী, দা, কুঠাৰ আদি।