New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr.jpg)
- কলিয়াবৰৰ জখলাবন্ধাত চাঞ্চল্যকৰ হত্যাকাণ্ড।
- চোকা অস্ত্রৰে ঘপিয়াই হত্যা এজনক।
- মৃত লোকজন হোটেল বিজুস্মিতাৰ কৰ্মচাৰী পিটু দাস।
- নিশাৰে পৰা অন্তৰ্ধান হোটেলখনৰ আন এজন কৰ্মচাৰী শংকৰ সৰকাৰ।
- নিৰুদ্দিষ্ট শংকৰ সৰকাৰে পিটু দাসক হত্যা কৰাৰ সন্দেহ।
- জখলাবন্ধা চাৰিআলিত সংঘটিত এই হত্যাকাণ্ড।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us