অসম নিৰ্বাচন-২০১৯ কলিয়াবৰত মণিমাধৱ-গৌৰৱৰ মাজৰ ভোটৰ ব্যৱধান ৬হাজাৰলৈ হ্ৰাস… কলিয়াবৰত মণিমাধৱ-গৌৰৱৰ মাজৰ ভোটৰ ব্যৱধান ৬হাজাৰলৈ হ্ৰাস… asomiyapratidin 23 May 2019 12:03 IST Follow UsNew Updateকলিয়াবৰ লোকসভা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে কংগ্ৰেছ আৰু অগপ প্ৰাৰ্থীৰ মাজত।মণিমাধৱ মহন্তই লাভ কৰিছে এতিয়ালৈকে ১৬৪৫৫৮টা ভোট।গৌৰৱ গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা ১৫৯৬১২টা।ভোটগণনা সম্পূৰ্ণ হৈছে ৩৪২৪৯৫টা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক