অসম নিৰ্বাচন-২০১৯ কলিয়াবৰতো গৌৰৱ-মণিমাধৱৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা… কলিয়াবৰতো গৌৰৱ-মণিমাধৱৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা… asomiyapratidin 23 May 2019 11:35 IST Follow UsNew Updateকলিয়াবৰত গৌৰৱ গগৈ আৰু মণিমাধৱ মহন্তৰ মাজত চলিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা।১৩৩৪৮৬টা ভোট লাভ কৰি আগত আছে মণিমাধৱ মহন্ত।কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা ১২৪২৯২টা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক