অসম মুখ্য-পৃষ্ঠা কলিয়াবৰত বন্যহস্তীৰ আক্ৰমনত নিহত এজন… কলিয়াবৰত বন্যহস্তীৰ আক্ৰমনত নিহত এজন… asomiyapratidin 17 Aug 2022 09:08 IST Follow UsNew Updateডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ ১নং সৰিয়হবাৰীত বনৰীয়া হাতীৰ সন্ত্ৰাস।নিশা হাতীৰ আক্ৰমণত এজন নিহত।নিহত লোকজনৰ নাম উপেন কলিতা।নিশা প্ৰায় ১ বজাত বাহিৰলৈ ওলাই অহাৰ সময়তে লোকজনক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে।Advertismentআৰু পঢ়ক :২৫ লাখ টকা ব্যয় কৰি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ পাছতো অস্বাস্থ্যকৰ পৰিৱেশত এটা অংগনৱাড়ী কেন্দ্ৰ… nagaon assam kaliaborআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক