কলিয়াবৰত আগত আছে অগপ প্ৰাৰ্থী…

কলিয়াবৰত আগত আছে অগপ প্ৰাৰ্থী…

author-image
asomiyapratidin
New Update
অসমত ৭খন আসনত আগবাঢ়ি আছে বিজেপি…

  • কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ ভোটগণনাৰ ফলাফল।
  • গোলাঘাটত কংগ্ৰেছ আগবাঢ়ি আছে ১৩০০ ভোটত।
  • খুমটাই ৪০০ ভোটত আগবাঢ়ি আছে অগপ প্ৰাৰ্থী।
  • কলিয়াবৰত অগপ প্ৰাৰ্থী আগবাঢ়ি আছে ৩৩০০ ভোটত।