New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8cbc391a-6d8d-489b-af42-7faac9cd8419/tyyy.jpg)
কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
তিনিখন যাত্রীবাহী বাছৰ মাজত সংঘৰ্ষ।
সোমবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।
গুৰুতৰভাৱে আহত ১০ জনৰো অধিক যাত্রী।
বাছকেইখনৰ নম্বৰ AS 05 C6927, AS 03 BC 9337 আৰু AS 01 LC 4600
আহতসকলক কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি।
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।