কলিয়াবৰ লোকসভা সমষ্টিৰ ফলাফল…

কলিয়াবৰ লোকসভা সমষ্টিৰ ফলাফল…

author-image
asomiyapratidin
New Update
লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ কি অৱস্থা…

  • কলিয়াবৰ লোকসভাৰ সমষ্টিৰ ধিং সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছ।
  • কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে লাভ কৰিছে ১২৫৫১ টা ভোট।
  • অগপ প্ৰাৰ্থী মনি মাধৱ মহন্তই লাভ কৰিছে ৯৪৯ টা ভোট।
  • বটদ্ৰৱাত কংগ্ৰেছে লাভ কৰিছে ১০২৫৪ টা ভোট।
  • অগপই লাভ কৰিছে ২০৬৮ টা ভোট।
  • ৰূপহীহাটত কংগ্ৰেছে লাভ কৰিছে ৪৫৯২ টা ভোট।
  • অগপই লাভ কৰিছে ১৪৬৯টা ভোট।
  • চামগুৰিত কংগ্ৰেছে লাভ কৰিছে ১৭৯৬ টা ভোট।
  • অগপই লাভ কৰিছে ৩৭৭০ টা ভোট।