জনাঞ্চলত বন্যহস্তীৰ বিচৰণ,আতংকিত গঞা

জনাঞ্চলত বন্যহস্তীৰ বিচৰণ,আতংকিত গঞা

author-image
asomiyapratidin
New Update
জনাঞ্চলত বন্যহস্তীৰ বিচৰণ,আতংকিত গঞা

ডিজিটেল সংবাদ,কলিয়াবৰ: জনাঞ্চলত গজৰাজ।কলিয়াবৰৰ ভিঞাৰিগাঁৱত বন্যহস্তীৰ অৱস্থান। জনাঞ্চলত অৱস্থান পোৱালিসহ ৬টাকৈ বনৰীয়া হাতীৰ জাকৰ।

Advertisment

শুক্ৰবাৰে পুৱাৰ পৰা জনাঞ্চলত হাতীৰ জাকটোৰ মুক্ত বিচৰণৰ ফলত আতংকিত হৈ পৰিছে গঞা ৰাইজ ।উত্তৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিছিল হাতীৰ জাকটোৰ। বৰ্তমান বন বিভাগে পহৰা দি আছে হাতীৰ জাকটো।

আৰু পঢ়ক:যৌন নিৰ্যাতনৰ ঠাইত ব্যৱহাৰ কৰক মি. গগৈ- মহুৱা মৈত্ৰৰ টুইটে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া…

Kaliabar assam