কলিয়াবৰ লোকসভা সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত ফলাফল…

কলিয়াবৰ লোকসভা সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত ফলাফল…

author-image
asomiyapratidin
New Update
কলিয়াবৰ লোকসভা সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত ফলাফল…

  • কলিয়াবৰ লোকসভা সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত ফলাফল-
  • চামগুৰিত ১৯৭৪ ভোটত আগবাঢ়িছে অগপ প্ৰাৰ্থী৷
  • বটদ্ৰৱাত অগপ প্ৰাৰ্থী আগবাঢ়িছে ৪৩১০ টা ভোটত।
  • ইফালে কংগ্ৰেছে লাভ কৰিছে ৮০৩ টা ভোট।
  • ৰূপহীহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে লাভ কৰিছে ৪৯৫২ টা ভোট।
  • অগপ প্ৰাৰ্থীয়ে লাভ কৰিছে ১৪৬৯ টা ভোট।