বন্ধুৰ হৈ পৰীক্ষাত বহি আটক মেট্ৰিক পৰীক্ষাৰ্থী…

বন্ধুৰ হৈ পৰীক্ষাত বহি আটক মেট্ৰিক পৰীক্ষাৰ্থী…

author-image
asomiyapratidin
New Update
বন্ধুৰ হৈ পৰীক্ষাত বহি আটক মেট্ৰিক পৰীক্ষাৰ্থী…

  • বৰপেটাৰ কলগাছিয়াত গ্ৰেপ্তাৰ মেট্ৰিক পৰীক্ষাৰ্থী।
  • বন্ধুৰ হৈ পৰীক্ষাত বহিছিল কিশোৰজনে।
  • বালাপথাৰ বালিকা উচ্চ মাধ্যমিক আদৰ্শ বিদ্যাপীঠৰ এগৰাকী ছাত্ৰৰ হৈ বহিছিল পৰীক্ষাত।কিশোৰজনে।
  • বালাপথাৰ বালিকা উচ্চ মাধ্যমিক আদৰ্শ বিদ্যাপীঠৰ অধ্যক্ষই ধনৰ বিনিময়ত এই ব্যৱস্থা কৰি দিয়াৰ অভিযোগ।
  • আব্দুল কৰিম নামৰ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে অভিযোগ।
  • বালিকুৰি পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াই আৰক্ষীক খবৰ দি ছাত্ৰ জনক গতাই দিয়ে।
  • আটক হোৱা ছাত্ৰজনে কয় যে আব্দুল কৰিমে টকা লৈ এই কাম কৰিছে।
assam education