/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d722b094-dda1-4d2c-b2dd-115dcd8f080d/police_28.jpg)
আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন চোৰৰ...
পুনৰ আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিলে অপৰাধী।
এইবাৰ মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ পৰা পলায়ন কৰিলে চোৰ।
পলায়ন কৰা চোৰটোৰ নাম লালচান ।
সোমবাৰে দিনৰ প্ৰায় ১০ বজাত মানুল্লাপাৰাৰ বামুণপাৰাৰ পৰা কৰায়ত্ত কৰিছিল চোৰটোক।
ইয়া পিছত দিনটো লকআপ কৰি ৰাখিছিল চোৰটোক।
নিশা লকআপৰ পৰা পেচাব কৰাৰ বাহানাৰে ওলাইগৈছিল চোৰটো।
তাৰ পাছতে পলায়ন কৰে চোৰ লালচানে।
Also Read: প্ৰতিদিন টাইমৰ ভিডিঅ’ জাৰ্নেলিষ্ট সুবুধ ৰয়ৰ ৰহস্যজনক মৃত্যু...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us