New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
- কাকপথাৰ কুমচাং ৫ নম্বৰ লাইনত হত্যাকাণ্ড ।
- জলধৰ তাঁতী ওৰফে জুলেন নামৰ লোকজনে পত্নী চবিনা (৩৩)ক সুৰাৰ ৰাগীত মাতাল হৈ নিশা হত্যা কৰে ।
- হত্যাকাৰী স্বামীক ৰাইজে আৰক্ষীক গতাই দিয়ে ।
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰৰ ব্যৱস্থা কৰাৰ লগতে হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে ।