/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6619808d-d11d-4666-aa96-4eaf67db446d/mm.jpg)
-
কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী।
-
দেওবাৰে সংঘটিত এই ঘটনা।
-
ডিৰাকৰ চৰকাৰী কলেজৰ সমীপত এই ঘটনা।
-
নিহতদ্বয়ৰ নাম যোগেন হাজৰিকা, নৱ শইকীয়া ওৰফে ভাইটি।
-
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 12 CC1337।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।