New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
কাকপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত এজন যুৱক, আহত এজন কিশোৰ।
নিয়ন্ত্রণ হেৰুৱাই ট্রেক্টৰত খুন্দা মটৰ চাইকেলৰ।
সোমবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।
নিহত যুৱকজনৰ নাম ধ্রুৱজ্যোতি ডেকা।
চিকিৎসালয়লৈ নিয়াৰ অৱস্থাত মৃত্যু ধ্রুৱজ্যোতি ডেকাৰ।