New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ৰে’লৰ খুন্দাত নিহত এজন চাইকেল আৰোহী
জাগীৰোড ৰে’লৱে ক্রছিঙত অঘটন।
দেওবাৰে পুৱাই ৰে’লৰ খুন্দাত নিহত এজন চাইকেল আৰোহী।
ৰে’ল ক্রছিং পাৰ হ’বলৈ লোৱাৰ সময়তে এই ঘটনা।
ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।
লোকজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই।