অসম মুখ্য-পৃষ্ঠা কবিতা/৩ দৃষ্টিত সংশয় কবিতা/৩ দৃষ্টিত সংশয় asomiyapratidin 28 Jul 2022 11:40 IST Follow UsNew Updateমুুকুল গোস্বামীএই মানুহ বোৰৰ দৃষ্টিত এতিয়া সংশয় !সেউজীয়া ৰঙবোৰ হেৰাই যোৱাৰ সংশয়!অত দিনে নগৰে মহানগৰেপদপথে কৈ অহা কথাবোৰ,,বিনন্দীয়া বননি শেষ কৰাৰআনন্দৰ স্মৃতি বোৰ এতিয়াসংশয়ৰ ৰঙা গোলাকাৰভয়াবহতা !Advertismentমনলৈ আহিছে ভাৱসেউজ আৰু নাথাকিব ৰৈ !কোনোবা চাৰ্লিয়ে যেনক'বলৈ সাজু হৈ আছেপৃথিৱী এতিয়া ৰঙা ! সেয়েতো সংশয় !কিন্তু বিবেকে কৈছে সময়শেষ হোৱা নাই ! অন্ততঃআৰু কিছুদিন আছে বাকী !সেয়ে পানী সাচিব লাগিবসেউজ ৰং সাচিব লাগিব। assam poemআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক