পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

author-image
asomiyapratidin
New Update
পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

  • বুধবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ।
  • ২৬ টা পৰিষদীয় সমষ্টিত আৰম্ভ ভোটদান প্ৰক্ৰিয়া।
  • ৯০৮ টা কেন্দ্ৰত ভোটগ্ৰহণ।
  • ৭,৪০,০৬০ গৰাকী ভোটাৰে নিৰ্ণয় কৰি প্ৰাৰ্থীৰ ভাগ্য।
  • নিৰ্বাচনত অৱতীৰ্ণ হৈছে ১৫৪ গৰাকী প্ৰাৰ্থী।
  • আজি বিটিচিৰ কাকলিবাৰীত অনুষ্ঠিত উপ-নিৰ্বাচন।
  • সন্ধিয়া ৪.৩০ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।
assam election KAAC btc