/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5b6c2af2-ace4-454a-837c-56992132a13e/download.jpg)
বুঢ়াচাপৰি অভয়াৰণ্যত ৩ অনাধিকাৰ প্রৱেশকাৰীলৈ বন বিভাগৰ গুলী
- বুঢ়াচাপৰি অভয়াৰণ্যত গুলীচালনাৰ ঘটনা। 
- অভয়াৰণ্যখনত অনাধিকাৰ প্রৱেশকাৰীলৈ বন বিভাগৰ গুলী। 
- গুলীচালনাত এগৰাকী নিহত হোৱাৰ লগতে ২জন লোক আহত হয়। 
- সোমবাৰে সংঘটিত হয় এই ঘটনা। 
- উক্ত ঘটনাৰ ফলত নিহত হয় ৰহিমা খাতুন নাম এগৰাকী মহিলা। 
- আহত আহমদ আলী আৰু ৰমজান আলী 
- উচ্ছেদিত ভূমিত বাসগৃহ বনাই পুনৰ বেদখল কৰাৰ অভিযোগ লোককেইজনৰ বিৰুদ্ধে। 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us