/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/dhuburi-journalist.jpg)
ডিজিটেল ডেস্ক : প্ৰতিদিন টাইমৰ ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমান আৰু আমাৰ মাজত নাই। দীৰ্ঘদিন ধৰি পাকস্থলী ৰোগত আক্ৰান্ত হৈ আছিল ৰহমান। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা জ্যেষ্ঠ সাংবাদিক গৰাকীৰ বৃহস্পতিবাৰে ৩.১০ বজাত মৃত্যু হয়।
পাৰভিজুৰ ৰহমান প্ৰতিদিন টাইমৰ ধুবুৰীৰ সংবাদাতা আছিল। মৃত্যুৰ সময়ত পত্নী আৰু এজন পুত্ৰ এৰি থৈ যায় ৰহমানে। সাংবাদিকগৰাকীৰ অকাল মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে ধুবুৰীত।