/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fe2d9a93-7073-41b0-b4f7-d5439d8c9d49/AP_FOR_WEB_jorhat.jpg)
-
তিতাবৰত চাঞ্চল্যকৰ ঘটনা
-
আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি যুৱকৰ আত্মহননৰ অভিযোগ
-
মৃত যুৱকজন বিৰিণাশায়েক অঞ্চলৰ দীপাংকৰ গগৈ
-
আলফাৰ লিংকমেনৰ সন্দেহত শাৰীৰিক, মানসিক নিৰ্যাতন
-
যোৱা ৪ দিন ধৰি আৰক্ষীয়ে হাৰাশাস্তি চলাই অহাৰ অভিযোগ পৰিয়ালৰ
-
যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত আটক কৰিছিল দীপাংকৰক।
Also Read: ধলপুৰত প্ৰতিধ্বনি কাৰ্ণিভেল- ২০২৩ : পৰ্যটকক আদৰিবলৈ প্ৰস্তুত