/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- তিতাবৰত নিশা বন্যহস্তীৰ পোৱালীৰ কৰুণ মৃত্যু 
- এটা গাঁতত পৰি মৃত্যুক আকোঁৱালী লয় ডেৰমহীয়া বন্যহস্তীৰ পোৱালীটোৱে 
- তিতাবৰ ৰঙাজান জংঘল লাইনত সংঘটিত হৈছে এই ঘটনা 
- খাদ্যৰ সন্ধানত গিৱন অভয়াৰণ্যৰ পৰা ওলাই যোৱা হাতীৰ জাকটোৰ লগত আছিল হাতী পোৱালীটো 
- ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত। 
Also Read: শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙৰ সংবাদমেল : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন ৬ মাহৰ ভিতৰত হ'ব
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us