/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
তিতাবৰত দুটাকৈ দুৰ্ঘটনাঃ এজন নিহত, ৫ জন আহত...
-
তিতাবৰত সংঘটিত পৃথকে পৃথকে দুটা দুৰ্ঘটনা।
-
তিতাবৰ গড় আলি কাছজানত টেম্প’-বাইকৰ সংঘৰ্ষ।
-
দুৰ্ঘটনাত থিতাতে নিহত বাইক চালক দিব্যজ্যোতি দত্ত।
-
গুৰুতৰভাৱে আহত আন তিনিগৰাকী মহিলা।
-
আনটো দুৰ্ঘটনা সংঘটিত হয় তিতাবৰৰ ৰজাবাৰীত।
-
নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা মাৰে তীব্র বেগী বাইকে।
-
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক।