/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
টীয়কৰ কাকজানত দুৰ্বৃত্তৰ গুলীচালনা...
ডিজিটেল ডেস্কঃ যোৰহাটৰ টীয়কত চাঞ্চল্যকৰ ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া টীয়কৰ কাকজানৰ বামকুকুৰাচোৱাত শূন্যলৈ গুলী চালনা কৰিলে দুৰ্বৃত্তই।
ঘটনা সন্দৰ্ভত স্থানীয় লোকে জনোৱা অনুসৰি মটৰ চাইকেলত অহা যুৱকে শূন্যলৈ গুলী চালনা কৰি পলায়ন কৰে। অৱশ্যে কোনে আৰু কিয় এই কাণ্ড সংঘটিত কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা নাই।
বাতৰি লিখা পৰলৈকে ঘটনাস্থলীত জিলাখনৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
Also Read: চৰাইদেউ মৈদাম ক্ষেত্ৰত 'চৰাইদেউ মহোৎসৱ'ৰ প্ৰস্তুতি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us