তিতাবৰত অৰুণোদয় ৩.০ৰ শুভ উদ্বোধন...

তিতাবৰত অৰুণোদয় ৩.০ৰ শুভ উদ্বোধন...

author-image
Asomiya Pratidin
New Update
তিতাবৰত অৰুণোদয় ৩.০ৰ শুভ উদ্বোধন...

ডিজিটেল সংবাদ,তিতাবৰ : সমগ্ৰ অসমৰ লগতে তিতাবৰতো অসম চৰকাৰৰ অৰুণোদয় ৩.০ৰ শুভ উদ্বোধনী অনুষ্ঠানটি দেৱকুমাৰ বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বৃহস্পতিবাৰে দৃশ্য-শ্ৰাব্য মাধ্যমেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩.০ৰ শুভাৰম্ভ কৰে।

Advertisment

উক্ত অনুষ্ঠানত কেইবাহাজাৰৰো অধিক ৰাইজ উপস্থিত থাকে। তাৰোপৰি আজিৰ এই অনুষ্ঠানত অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ ,জিলা উপায়ুক্ত পুলক মহন্ত, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ লগতে বহুকেইগৰাকী গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Also Read: পুঁজিপতি গোষ্ঠীক ৰিগ গতাই দিয়াৰ ভাবুকিঃ জাতীয়তাবাদী সংগঠনৰ নেতাৰ দুমুখীয়া কাণ্ড...

titabar