যোৰহাটত ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰিলে ৩ লাখ ৭০ হাজাৰ...

টীয়কত জব্দ কৰা টকাখিনি লৈ যোৱা হৈছে যোৰহাটলৈ

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

যোৰহাটত ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰিলে ৩ লাখ ৭০ হাজাৰ...

  • যোৰহাটত ফ্লায়িং স্কোৱাৰ্ডৰ অভিযান।

  • টীয়কত নিশা জব্দ ৩ লাখ ৭০ হাজাৰ টকা।

  • টীয়কৰ বলমা কানুপুখুৰীৰ পৰা জব্দ কৰা হৈছে টকাখিনি।

  • টকাখিনি জব্দ কৰি লৈ যোৱা হৈছে যোৰহাটলৈ।

  • টকাখিনি কাৰ আছিল সেই বিষয়ে জানিব পৰা হোৱা নাই।

Advertisment

Also Read: ধুবুৰীত চলন্ত বাছলৈ গুলীচালনাঃ এজন যাত্ৰী গুলীবিদ্ধ...

টীয়ক ফ্লায়িং স্কোৱাৰ্ড