অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ যোৰহাট কাণ্ডৰে জড়িত ৩ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ...

অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ যোৰহাট কাণ্ডৰে জড়িত ৩ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ...
অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ যোৰহাট কাণ্ডৰে জড়িত ৩ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ...

ডিজিটেল ডেস্কঃ অৱশেষত গা লৰিল অসম আৰক্ষীৰ। যোৰহাট কাণ্ডৰে জড়িত ৩ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ কৰাৰ নিৰ্দেশ। যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ বিষয়া স্মৃতি ৰেখা ফুকনৰ নেতৃত্ব অহা এটা দলে এজন নিৰ্দোষী ব্যক্তিক অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছিল।

অসমীয়া প্ৰতিদিন ডিজিটেলত সেই ঘটনাৰ সবিশেষ বিৱৰি এক বিশেষ প্ৰতিবেদন প্ৰকাশ পাইছিল। অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ পিছতেই নিৰ্দোষীক অকথ্য নিৰ্যাতন চলোৱা ৩ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে।

উল্লেখ্য যে, পুলিবৰ আৰক্ষীয়ে আদালতৰ নিৰ্দেশ অনুসৰি জিতেন ৰহিদাস নামৰ এজন ব্যক্তিক আটক কৰিবলৈ আহি পাপুৰহিদাস নামৰ যুৱকজনক অকথ্য নিৰ্যাতন চলাৱাই নহয়, সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। ধৰ্মীয় অনুভূতিত আঘাত হানি আৰক্ষীৰ দলটোৱে মন্দিৰত জোতা পিন্ধি প্ৰৱেশ কৰাৰ লগতে পূজাৰ বেদী গছকিছিল।

সেই বাতৰি এই লিংকত ক্লিক কৰি পঢ়ক সবিশেষঃ

অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ যোৰহাট কাণ্ডৰে জড়িত ৩ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ...
ডিম্বেশ্বৰক কেনাৰাম সজাই এনকাউণ্টাৰ কৰা অসম আৰক্ষীয়ে এইবাৰ যোৰহাটত পাপুক সজালে জিতেন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in