New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
নিশা টীয়কত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা
প্রথমটো দুৰ্ঘটনা- দুখন ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষ
দুৰ্ঘটনা সংঘটিত কৰি এখন ট্রাকৰ চালকসহ হেন্দিমেনৰ পলায়ন
গুৰুতৰভাৱে আহত আনখন ট্রাকৰ চালকক JMCHলৈ প্রেৰণ
একে সময়তে অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন যুৱক
নিহত যুৱকজনৰ নাম শংকৰ মাহিলী।
Also Read: নগাঁৱৰ কঠীয়াতলীত বন্যহস্তীৰ উপদ্ৰপ