New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/web-portal-owner-arrested.jpg)
- বুধবাৰে যোৰহাটত লোমহৰ্ষক হত্যাকাণ্ড।
- ডেগাৰেৰে হানি-খুচি হত্যা এজন লোকক।
- কুশল দাস নামৰ লোকজনক হত্যা।
- হত্যাৰ অভিযুক্ত বাবু দাসক গ্রেপ্তাৰ আৰক্ষীৰ।
- যোৰহাটৰ মালৌখাতত সংঘটিত এই ঘটনা।
- কিহৰ বাবে সংঘটিত হৈছে এই হত্যকাণ্ড এতিয়ালৈকে জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us