New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/agrani-batory-1.jpg)
- ৰাজ্যৰ কোভিড সংক্ৰমণ হ্ৰাস পোৱাৰ সময়তে পোহৰলৈ আহিছে এক উদ্বেগজনক খবৰ।
- যোৰহাট মেডিকেল কেলজত কোৰোনাৰ দ্ৰুত সংক্ৰমণ সংঘটিত হৈছে।
- মেডিকেল কলেজ হাস্পতালখনৰ জ্যেষ্ঠ চিকিৎসক, ছাত্ৰ-ছাত্ৰীসহ ২৭ গৰাকী চিকিৎসাধীন হৈ আছে।
- এই ২৭ গৰাকী কোভিড আক্ৰান্তৰ মাজত আছে ২৩ গৰাকী ছাত্ৰ-ছাত্ৰী।
- ২ গৰাকী ইণ্টাৰ্ণ চিকিৎসক আৰু ২ জন জ্যেষ্ঠ চিকিৎসকৰ দেহতো ধৰা পৰিছে কোভিড।
- বৰ্তমান যোৰহাট মেডিকেল কলেজ হাস্পতালতেই চিকিৎসাধীন আটইকেইগৰাকী কোভিড আক্ৰান্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us