New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b82dfbef-14f7-49ce-8cf6-b0ecea34d327/download.jpg)
যোৰহাটৰ ৰাজপথত ডকাইতি কাণ্ড।
বৃহস্পতিবাৰে সংঘটিত হয় এই কাণ্ড।
বাইপাছৰ সূৰ্যা পেট্র’ল পাম্পৰ সমীপত এই ঘটনা।
দেৱাশীষ বৰুৱা নামৰ এজন যুৱকৰ পৰা দুৰ্বৃত্তই লুটিলে ধন।
তিনি দুৰ্বৃত্তই বৰুৱাক আগচি ধৰি লুটি নিয়ে নগদ ২৩ হাজাৰ টকা।
ঘটনা সন্দৰ্ভত যোৰহাট সদৰ থানাত এজাহাৰ ভুক্তভোগী যুৱকজনৰ।