/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/efdf14f8-398f-4367-a675-a4cac4368046/arrest.jpg)
-
যোৰহাট কাণ্ডৰ লগত জড়িত আন এজন অভিযুক্তক লামডিঙত আটক।
-
লামডিং ৰেল ষ্টেচনৰ পৰা আটক কৰে লামডিং আৰক্ষীয়ে।
-
আটক হোৱা জন যোৰহাট কণ্ডৰৰ অভিযুক্ত ৰাহুল দাস ওৰফে প্ৰাঞ্জল দাস ওৰফে ৰাজেশ চাহু ।
-
এক গোপন সুত্ৰৰ পম খেদি লামডিং আৰক্ষীয়ে আটক কৰে।
-
যোৰহাটৰ গুলীচালনাৰ ঘটনাৰে জড়িতৰ অভিযোগ।
-
শনিবাৰৰ নিশা ট্রাক ষ্টেণ্ডত হৈছিল গুলীচালনা।
-
ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ৰাহুল চাহুৱে।