/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c8ba4f00-1fda-49bd-a570-ec0c4f60c528/ghy.jpg)
jorhat chess festival
ডিজিটেল ডেস্ক : সদৌ অসম ভিত্তিত যোৰহাট দবা ফেষ্টিভেল ২০২২ৰ সামৰণি পৰে। এই প্ৰতিযোগিতাত ৯ বছৰ অনুৰ্ধৰ শাখাত প্ৰথম স্থান লাভ কৰে আৰোহৰণে। ৪৫ সংখ্যক সদৌ অসম আন্ত:জিলাৰ এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল যোৰহাট জিলা দবা সংস্থাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/19d4f1bb-e870-4a87-9133-67207f197eb6/111.jpg)
আৰোহণে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় পৰ্যায়ত ভালেকেইখন দবা প্ৰতিযোগিতাত সফলতা লাভ কৰিছে। আৰোহণৰ পিতৃ বিশিষ্ট চিকিৎসক ডা: অৰূপ কুমাৰ নাথ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/46ab3f24-4b4b-4e09-baf8-ecb35291845d/1212.jpg)