New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- জোনাইৰ পবা বনাঞ্চলত নিখোজ তিনি কিশোৰ।
- পোহনীয়া ম'হ বিচাৰি বনাঞ্চলত প্রৱেশ কৰিছিল গাঁৱৰ ৩ কিশোৰৰ।
- সোমবাৰে সংঘটিত হয় এই ঘটনা।
- বিয়লি ৪ বজাত পবা বনাঞ্চলত প্রৱেশ কৰিছিল কিশোৰকেইজন।
- নিশা পৰ্যন্ত ৩ কিশোৰৰ নাই কোনো শুং-সূত্র।
- নিখোজ সঞ্জয় নৰহ, উৎপল পেগু, উত্তম পাৱ।
- তিনি কিশোৰক বিচাৰি হাহাকৰ পৰিয়াল তথা গাঁৱৰ ৰাইজৰ।