/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
জোনাইৰ ৫১৫ নং ৰাষ্ট্রীয় ঘাইপথৰ নেপালী বস্তিত পথ দুৰ্ঘটনা।
অল্ট’ বাহনে মহটিয়াই নিলে দুখন মটৰচাইকেল।
মঙলবাৰে সংঘটিত হয় এই ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী ।
চাৰিজন লোক গুৰুতৰভাৱে আহত।
নিহত বাইক আৰোহীজন অৰুণাচলৰ প্রাস্নিছ পেৰমে বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
গুৰুতৰভাৱে আহতকেইজনক চিকিৎসালয়লৈ প্রেৰণ।