New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c5478f5e-cb20-40d3-85cd-29b49efd0f50/download.jpg)
বিজয়া দশমীৰ সময়তে জোনাইত এক শোকাৱহ ঘটনা।
ৰে’লৰ খুন্দাত মৃত্যু এজন যুৱক।
মুৰ্কংচেলেক-গুৱাহাটী অভিমুখী লাচিত এক্সপ্রেছৰ খুন্দাত মৃত্যু যুৱকজনৰ।
জোনাইৰ লাইমেকুৰীত সংঘটিত এই ঘটনা।
নিহত যুৱকজনৰ নাম ইন্দ্রজিৎ দাৱ বুলি জানিব পৰা গৈছে।