যোগীঘোপাত তীব্র বেগী ট্রাক-ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ

যোগীঘোপাৰ ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। তীব্র বেগী ট্রাক-ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ।

author-image
Asomiya Pratidin
New Update
জাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত

  • যোগীঘোপাৰ ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

  • তীব্র বেগী ট্রাক-ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ।

  • শুকুৰবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

  • যোগীঘোপাৰ নয়াগাঁৱত সংঘটিত এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত দুয়োখন বাহনৰ চালকদ্বয় গুৰুতৰভাৱে আহত।

  • বৰ্তমানলৈকে আহতদ্বয়ৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্য়াহত।

road accident