অসম মুখ্য-পৃষ্ঠা যোগীঘোপাৰ কুমাৰকাটাত সলিল সমাধি দুই শিশুৰ... স্থানীয় লোকে দ-খাৱৈৰ পৰা দুয়োকে উদ্ধাৰ কৰে Asomiya Pratidin 22 Sep 2022 16:57 IST Follow UsNew Updateযোগীঘোপাৰ কুমাৰকাটাত সলিল সমাধি দুই শিশুৰখেলি থকা অৱস্থাতে দ-খাৱৈত পৰি মৃত্যু দুই শিশুৰমৃতদ্বয় অপূৰ্ব পাল (৪), কৃষ্ণ ৰায় (৫)স্থানীয় লোকে দ-খাৱৈটোৰ পৰা দুয়োকে উদ্ধাৰ নিয়ে চিকিৎসালয়লৈচিকিৎসালয়ত শিশু দুটিক মৃত ঘোষণা চিকিৎসকৰ assam jogighopa deathআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক