/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3a682569-ba75-42d3-b6d3-a670490cc0c8/151.jpg)
-
ৰাজ্যত আকৌ চাকৰিৰ মুকলি বজাৰ
-
চাকৰিৰ বজাৰত এইবাৰ নাম সাঙোৰ খাইছে আৰ এছ এছ নেতাৰ ভাতৃৰ
-
একাংশ মহিলাৰ পৰা লাখে-লাখে টকা লোৱাৰ অভিযোগ আৰ এছ এছ নেতাৰ ভাতৃৰ বিৰুদ্ধে
-
বৰপেটাৰ আৰ এছ এছ নেতা কৌশিক শৰ্মাৰ ভাতৃ সুৰেশ শৰ্মাই টকা লোৱাৰ অভিযোগ
-
চাকৰিৰ নামত সুৰেশ শৰ্মাই দৰ-দাম কৰাৰ ভিডিঅ' ভাইৰেল হোৱাত পোহৰলৈ আহিছে এই কথা ।