/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/jihadi.jpg)
ডিজিটেল ডেস্ক: মৰিগাঁৱৰ মৈৰাবাৰীত চলিছে জেহাদী কাৰ্যকালাপৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে অভিযান। আৰু ৮ জন জেহাদীৰ লিংকমেনক আটক কৰিছে মৰিগাঁও আৰক্ষীয়ে।
সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে ৮ জনক । সৰুচলা ছোৱালী মাদ্রাছাত অভিযান আৰক্ষীৰ। পূৰ্বে জমিউল হুদা মাদ্রাছাৰ পৰা আটক কৰিছিল মুফতি মুস্তাফাক।
মৈৰাবাৰীত ধৃত জেহাদিৰে অল কায়দাৰ সম্পৰ্কৰ সন্দেহ আৰক্ষীৰ। অল কায়দাৰ ভাৰতীয় (ABT) গোটৰে ধনৰ লেনদেনৰ সন্ধান লাভ কৰিছে আৰক্ষীয়ে। মৰিগাঁৱৰ মিলনপুৰৰ পৰা আফছাৰুল নামৰ আন এজনক আটক কৰা হৈছে।
আৰু পঢ়ক: দ্ৰৌপদী মুৰ্মুক 'ৰাষ্ট্ৰপত্নী' বুলি মন্তব্য কংগ্ৰেছ নেতাৰ, উত্তাল সদন…