New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/bc2f65d3-2c6f-4877-9833-1f256387cba8/pic_eimuhurtor_khobor_copy.jpg)
-
মৰিগাঁৱত পুনৰ আৰক্ষীৰ জেহাদীৰ বিৰুদ্ধে অভিযান।
-
আনচাৰুল বাংলাৰ দুই সদস্যক গ্রেপ্তাৰ আৰক্ষীৰ।
-
ইমামৰ বেশত আছিল আনচাৰুল বাংলাৰ দুই সদস্য।
-
গ্রেপ্তাৰ ইক্রামূল হুছেইন আৰু মুছাদ্দিক হুছেইনক।
-
জেহাদী মুফটি মুস্তাফাৰ সৈতে দুয়োৰে সম্পৰ্ক থকাৰ সন্দেহ।