New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e0c667ce-c21e-4bf4-90c2-e82eb33b3e16/agranii.jpg)
বজালীৰ কৰাগাড়ী গাঁৱৰ পৰা এটা জেহাদীক গ্রেপ্তাৰ।
ধৃত জেহাদীটোৰ নাম মুস্তাফিজুৰ ৰহমান।
ছাদেক আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত মুস্তাফিজুৰক গ্রেপ্তাৰ।
সোমবাৰে গ্রেপ্তাৰ কৰিছিল জেহাদী ছাদেক আলীক।
মুস্তাফিজুৰৰ কৰাগাড়ী গাঁৱত আছে এখন কম্পিউটাৰৰ দোকান।
তামুলপুৰ আৰক্ষীয়ে মুস্তাফিজুৰ ৰহমানক জিম্মাত লয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us