New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/mevani-1102539-1650506485.jpg)
- অৱশেষত জামিন মঞ্জুৰ বিধায়ক জিগনেশ মিৱানীৰ ।
- কোকৰাঝাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন ।
- কোকৰাঝাৰ সদৰ থানাত ৰজু হৈ থকা গোচৰৰ বিপৰীতে জামিন মঞ্জুৰ বিধায়ক জিগনেশ মিৱানীৰ ।
- ৩০ হাজাৰ টকা বণ্ড আৰু পাঁচটা চৰ্তৰ বিনিময়ত জামিন মঞ্জুৰ ।
- বিধায়কগৰাকীক আন কোনো গোচৰত অভিযুক্ত নকৰিলে শীঘ্ৰেই মুকলি আকাশৰ তললৈ ওলাই আহিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us