/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/mevani-1102539-1650506485.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ: পুনৰ নতুন বিপদ জিগনেশ মিৱানীৰ । বৰপেটাৰ এক নতুন গোচৰত পুনৰাই গ্ৰেপ্তাৰ জিগনেশক । গোচৰ নং 81/22 ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ জিগনেশক ।
ভাৰতীয় দণ্ডবিধি আইনৰ294/323/353/354ৰ অধীনত ৰজু হৈছে গোচৰ । কোকৰাঝাৰ জেইলৰ পৰা বৰপেটালৈ লৈ যায় জিগনেশ মিৱানিক।
কোকৰাঝাৰ সদৰ থানাত ৰজু হৈ থকা গোচৰৰ বিপৰীতে জামিন মঞ্জুৰ হ'লেও নতুন গোচৰত আটক জিগনেশক ।বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰৰ পৰা লৈ যায় বৰপেটালৈ । অনিশ্চিত হৈ পৰিছে বিধায়ক জিগনেশ মিৱানীৰ ভৱিষ্যৎ ।
আৰু পঢ়ক: মৰিয়নীত তিৰুহিলচ বনাঞ্চল নগাৰ বেদখল মুক্ত কৰিবলৈ প্ৰশাসনৰ উচ্ছেদ অভিযান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us