আলফাৰ প্ৰাক্তন শীৰ্ষ নেতা জীৱন মৰাণৰ মৃত্যু…

আলফাৰ প্ৰাক্তন শীৰ্ষ নেতা জীৱন মৰাণৰ মৃত্যু…

author-image
asomiyapratidin
New Update
আলফাৰ প্ৰাক্তন শীৰ্ষ নেতা জীৱন মৰাণৰ মৃত্যু…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা :

  • আলফাৰ প্ৰাক্তন শীৰ্ষ নেতা জীৱন মৰাণৰ মৃত্যু।
  • শনিবাৰে সন্ধিয়া এপল' হাস্পতালত মৃত্যু প্ৰাক্তন আলফা নেতা গৰাকীৰ।
  • জটিল ৰোগত এমাহ ধৰি আক্ৰান্ত হৈ আছিল জীৱন মৰাণ।
  • সন্ধিয়া ৮.৪৫ বজাত গুৱাহাটীত মৃত্যু জীৱন মৰাণৰ।
  • এক সংগ্ৰামী সত্তাৰ নাম জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়া।
assam guwahati Assam police