সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে মাতৃ, পত্নীসহ ভোটদান সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ

সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে মাতৃ, পত্নীসহ ভোটদান সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ

author-image
asomiyapratidin
New Update
সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে মাতৃ, পত্নীসহ ভোটদান সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ

  • সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ ভোটদান।
  • মাতৃ, পত্নীসহ পৰিয়ালৰ সৈতে ভোটকেন্দ্ৰত উপস্থিত বৰুৱা।
  • গুৱাহাটী সমষ্টিৰ বাবে কৰিছে ভোটদান।
  • মুখ্য ভূমি সংৰক্ষকৰ সুন্দৰপুৰস্থিত কাৰ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত জয়ন্ত বৰুৱা আৰু পৰিয়ালৰ।
  • 'ভোটদান কৰি মই মোৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছো।'
  • 'এখন সুস্থ আৰু প্ৰগতিশীল সমাজৰ লক্ষ্যৰেই ভোটদান কৰিছো।'
  • ভোটাধিকাৰ সাব্যস্ত কৰি এই মন্তব্য সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰগৰাকীৰ।