New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/javed-vote.jpg)
- ভোটদান কৰিলে ধুবুৰীৰ অগপ প্ৰাৰ্থী জাবেদ ইছলামে।
- ভোটদানৰ পূৰ্বে তেওঁ উপস্থিত হয় মিৰজুমালা কবৰ স্থানত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/ved-kaba.jpg)
- পিতৃ জহিৰুল ইছলামৰ কবৰত আহি সেৱা কৰাৰ পাছত ভোট দিবলৈ ৰাওনা হয় তেওঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/javed-ma9inj.jpg)
- তাৰ পিছতে ভোটদান কৰে প্ৰাৰ্থী গৰাকীয়ে।
- ভোটদান কৰিয়ে নিজৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰিলে অগপ প্ৰাৰ্থীজনে।