New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/just-in-breaking-plate.jpg)
- উত্তৰ কৰিমগঞ্জত ব্যাপক উত্তেজনা।
- ই ভি এম বিকল হোৱাৰ বাবে ১০.৩০বজালৈকে আৰম্ভ হোৱা নাছিল ভোটগ্ৰহণ।
- শাৰী পাতি থকা ভোটাৰৰ মাজত ব্যাপক ক্ষোভ।
- উত্তেজিত ভোটাৰে ভোটদান নকৰাৰ সিদ্ধান্ত।
- ভোট দিবৰ বাবে থিয় হৈ থকা এগৰাকী মহিলা অচেতন হৈ ঢলি পৰে।
- উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ ৮২৮নং ভোটগ্ৰহণ কেন্দ্ৰত এই পৰিস্থিতি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us